অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗 সহাঁৰি নাপালে ন | English Quotes

"অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗 সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয় জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক । কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম । ©Nikumoni A Laskar"

 অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗
সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয় জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক ।
কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম ।

©Nikumoni A Laskar

অসফল হোৱা মানেই হাৰি যোৱা নুবুজাই🤗 সহাঁৰি নাপালে নিজৰ ভাল লগা কামবোৰ যে এৰি দিম তেনেকুৱা নহয় জীৱন থাকে মানে ভাল লগা কামবোৰ কৰি যাম আনে গ্ৰহন কৰক বা নকৰক । কোনো মানুহেই সম্পূৰ্ন নহয় গতিকে মোৰ ভাললগা কামবোৰ কৰোতে ভুল হ'বই তাৰ ওপৰত সমালোচনাও হ'ব । মই ভাল লগা বোৰ কৰি যাওঁ কিন্তু কেতিয়াও কব খোজা নাই যে মোৰ বহুত প্ৰতিভা আছে মই বহুত জানো;একো নাজানো কিন্তু সময়বোৰক ব্যস্ত ৰাখিবৰ বাবেই শব্দবোৰৰ মাজত নিজক বিচাৰো 🤗কথা সিমানেই তাতকৈ একো বেছি নহয় ।ভাললগা কামবোৰক বহুতে চাপৰ্ট কৰে সহাঁৰি দিয়ে যাৰ বাবে আৰু এখোজ আগুৱাবলৈ শক্তি পাওঁ ।কিন্তু এনেকুৱা নহয় যে সহাঁৰি নোপোৱাৰ বাবে নিজৰ সপোনবোৰৰ ওচৰত হাৰ মানিম । ©Nikumoni A Laskar

#SuperBloodMoon

People who shared love close

More like this

Trending Topic