এয়া প্ৰেম নেকি ? তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি | English Quotes

"এয়া প্ৰেম নেকি ? তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি প্ৰিয় গানতোৰ মাজত বিলিন হৈ পৰা সময়খিনিত তোৰ মুখখনি যে ভাহিঁ উঠে সেয়া বাৰু কি? নিবিড় মূহুৰ্তবোৰত প্ৰিয় বান্ধৱীজনীৰ আগত নজনাকৈ মুখেৰে ওলোৱা তোৰ গুন -গানবোৰ ? অকলশৰীয়া নিবিড় সময়বোৰত প্ৰান খুলি তোৰ আগত অনৰ্গলভাৱে নিৰ্ভয়ে কোৱা কথাবোৰ , তোৰ কাষত এখন্তেক বহি হিয়া উজাৰি দিয়া ক্ষোভবোৰ? এৰা এয়াই হয়তো প্ৰেম ... য'ত থাকে মৰম ভালপোৱা বুজাবুজি । য'ত হৃদয়ৰ ভাষা বুজিবলৈ শব্দ নহয় চকুৰ চাৱনিয়েই যথেষ্ট 😍 য'ত পৰিস্থিতিৰ তাগিদাত মৰমে স্বীকৃতি নাপায়; অথচ কাষত নাথাকিও হৃদয়ত আজীৱন সজীৱ হৈ ৰৈ যায়❣️ @নিতুচপ্ৰিয়া ©Nikumoni A Laskar"

 এয়া প্ৰেম নেকি ? 
তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি প্ৰিয় 
গানতোৰ মাজত বিলিন হৈ পৰা সময়খিনিত 
তোৰ মুখখনি যে ভাহিঁ উঠে সেয়া বাৰু কি?
নিবিড় মূহুৰ্তবোৰত প্ৰিয় বান্ধৱীজনীৰ আগত
 নজনাকৈ  মুখেৰে ওলোৱা তোৰ গুন -গানবোৰ ?
অকলশৰীয়া নিবিড় সময়বোৰত প্ৰান খুলি
  তোৰ আগত অনৰ্গলভাৱে নিৰ্ভয়ে কোৱা কথাবোৰ ,
তোৰ কাষত এখন্তেক বহি হিয়া উজাৰি দিয়া ক্ষোভবোৰ?
এৰা এয়াই হয়তো প্ৰেম ...
য'ত থাকে মৰম ভালপোৱা বুজাবুজি । 
য'ত হৃদয়ৰ ভাষা বুজিবলৈ শব্দ নহয় চকুৰ চাৱনিয়েই যথেষ্ট 😍
য'ত পৰিস্থিতিৰ তাগিদাত মৰমে স্বীকৃতি নাপায়;
 অথচ কাষত নাথাকিও হৃদয়ত আজীৱন সজীৱ হৈ ৰৈ যায়❣️
              @নিতুচপ্ৰিয়া

©Nikumoni A Laskar

এয়া প্ৰেম নেকি ? তোক লগ পোৱাৰ পাছৰেপৰা দুভাগ ৰাতি প্ৰিয় গানতোৰ মাজত বিলিন হৈ পৰা সময়খিনিত তোৰ মুখখনি যে ভাহিঁ উঠে সেয়া বাৰু কি? নিবিড় মূহুৰ্তবোৰত প্ৰিয় বান্ধৱীজনীৰ আগত নজনাকৈ মুখেৰে ওলোৱা তোৰ গুন -গানবোৰ ? অকলশৰীয়া নিবিড় সময়বোৰত প্ৰান খুলি তোৰ আগত অনৰ্গলভাৱে নিৰ্ভয়ে কোৱা কথাবোৰ , তোৰ কাষত এখন্তেক বহি হিয়া উজাৰি দিয়া ক্ষোভবোৰ? এৰা এয়াই হয়তো প্ৰেম ... য'ত থাকে মৰম ভালপোৱা বুজাবুজি । য'ত হৃদয়ৰ ভাষা বুজিবলৈ শব্দ নহয় চকুৰ চাৱনিয়েই যথেষ্ট 😍 য'ত পৰিস্থিতিৰ তাগিদাত মৰমে স্বীকৃতি নাপায়; অথচ কাষত নাথাকিও হৃদয়ত আজীৱন সজীৱ হৈ ৰৈ যায়❣️ @নিতুচপ্ৰিয়া ©Nikumoni A Laskar

People who shared love close

More like this

Trending Topic