:অব্যৰ্থতা: অলপ দূৰত্ব নাথাকিলে জানো তুমি ইমানপৰে

":অব্যৰ্থতা: অলপ দূৰত্ব নাথাকিলে জানো তুমি ইমানপৰে মোক ভাল পাই থাকিলাঁহেতেন ? আকুল হৃদয়ৰ উক্তিবোৰক অজুহাঁতৰ সংজ্ঞাৰে তুমি বান্ধিলাহেঁতেন জানো ? ভালেই হ'ল দূৰত্ববোৰ দূৰত্ব হৈ থাকোতেই প্ৰেমৰ ইতিৰেখা দৃঢ় হৈ ৰ'ল | জানোছা অৱহেলিতাৰ মূৰ্ত কাহিনীৰ অলেখ জীয়া ছবিবোৰৰ মাজত এখন নতুন ছবিয়ে সমাজৰ বু-বা বোৰক কিছুক্ষণিকৰ বাবে শিৰাসনত ৰাখিলেহেঁতেন ! কিজানিবা ! মোৰ কাহিনীও বহুজনৰ অক্ষত কলমেৰে আত্মহত্যাৰ দেৱাঁলখনত স্পটৰেখাৰে জিলিকি ৰ'লহেতেঁন ! ©ঋকশিখা"

 :অব্যৰ্থতা:
অলপ দূৰত্ব নাথাকিলে জানো
তুমি ইমানপৰে মোক ভাল
 পাই থাকিলাঁহেতেন ?
আকুল হৃদয়ৰ উক্তিবোৰক 
অজুহাঁতৰ সংজ্ঞাৰে 
তুমি বান্ধিলাহেঁতেন জানো ?
ভালেই হ'ল দূৰত্ববোৰ দূৰত্ব হৈ
থাকোতেই প্ৰেমৰ ইতিৰেখা
দৃঢ় হৈ ৰ'ল |

জানোছা অৱহেলিতাৰ মূৰ্ত 
কাহিনীৰ অলেখ জীয়া
ছবিবোৰৰ মাজত 
এখন নতুন ছবিয়ে
সমাজৰ বু-বা বোৰক
 কিছুক্ষণিকৰ বাবে
শিৰাসনত ৰাখিলেহেঁতেন !
 
কিজানিবা ! মোৰ কাহিনীও
বহুজনৰ অক্ষত 
কলমেৰে আত্মহত্যাৰ 
দেৱাঁলখনত স্পটৰেখাৰে
জিলিকি ৰ'লহেতেঁন !
      ©ঋকশিখা

:অব্যৰ্থতা: অলপ দূৰত্ব নাথাকিলে জানো তুমি ইমানপৰে মোক ভাল পাই থাকিলাঁহেতেন ? আকুল হৃদয়ৰ উক্তিবোৰক অজুহাঁতৰ সংজ্ঞাৰে তুমি বান্ধিলাহেঁতেন জানো ? ভালেই হ'ল দূৰত্ববোৰ দূৰত্ব হৈ থাকোতেই প্ৰেমৰ ইতিৰেখা দৃঢ় হৈ ৰ'ল | জানোছা অৱহেলিতাৰ মূৰ্ত কাহিনীৰ অলেখ জীয়া ছবিবোৰৰ মাজত এখন নতুন ছবিয়ে সমাজৰ বু-বা বোৰক কিছুক্ষণিকৰ বাবে শিৰাসনত ৰাখিলেহেঁতেন ! কিজানিবা ! মোৰ কাহিনীও বহুজনৰ অক্ষত কলমেৰে আত্মহত্যাৰ দেৱাঁলখনত স্পটৰেখাৰে জিলিকি ৰ'লহেতেঁন ! ©ঋকশিখা

#Beauty

People who shared love close

More like this

Trending Topic