এটা মৰমলগা অকঁৰা" তোৰ নিচিনা অকৰা এটাৰ মোৰ জীৱন | English Quotes

""এটা মৰমলগা অকঁৰা" তোৰ নিচিনা অকৰা এটাৰ মোৰ জীৱনত খুবেই প্ৰয়োজন❤ এটা মৰমলগা অকৰাৰ ।❤ মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ মনে মনে মোৰ বহুত ভাল লাগে জান । আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ? তোৰ আৰে আৰে চাই কিমান সুখি হওঁ সেয়া তই নুবুজিবি। এৰা বুজিবিনো কিয় ? তইতো এটা মৰমলগা অকৰাহে 😘? আজিলৈকেটো বুজিয়ে নাপালি __মই তোক জ্বলাবলৈকে অনহকত কৰা কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍 যেতিয়া তই মোৰ লগত সাধাৰণভাৱে কথা পাত মোৰ ক'বলৈ মন যায় জান ? "কাজিয়া কৰো ব'ল .... ধেই ময়ো যে .....😆 কাজিয়া হ'বলা নিজে নিজে কৰিম বুলি কৰে । নকৰে নহ্ নিজে নিজেহে হৈ যায় আৰু চৱ হয় তোৰ কাৰণে । মনত হে পৰিছে অ .... তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ । কিন্তু সময়বোৰ যে ? ©Nikumoni A Laskar"

 "এটা মৰমলগা অকঁৰা"

তোৰ নিচিনা অকৰা এটাৰ 
মোৰ জীৱনত খুবেই প্ৰয়োজন❤
এটা মৰমলগা অকৰাৰ ।❤
মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ
মনে মনে মোৰ বহুত ভাল লাগে জান ।
আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ?
তোৰ আৰে আৰে চাই কিমান সুখি হওঁ 
সেয়া তই নুবুজিবি।
এৰা বুজিবিনো কিয় ?
তইতো এটা মৰমলগা অকৰাহে 😘?
আজিলৈকেটো বুজিয়ে নাপালি __মই
তোক জ্বলাবলৈকে  অনহকত কৰা
 কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍
যেতিয়া তই মোৰ লগত সাধাৰণভাৱে 
কথা পাত
মোৰ ক'বলৈ মন যায় জান ?
"কাজিয়া কৰো ব'ল ....
ধেই ময়ো যে .....😆
কাজিয়া হ'বলা 
নিজে নিজে কৰিম বুলি কৰে ।
নকৰে নহ্ নিজে নিজেহে হৈ যায় 
আৰু চৱ হয় তোৰ কাৰণে ।
মনত হে পৰিছে অ ....
তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ ।
কিন্তু সময়বোৰ যে ?

©Nikumoni A Laskar

"এটা মৰমলগা অকঁৰা" তোৰ নিচিনা অকৰা এটাৰ মোৰ জীৱনত খুবেই প্ৰয়োজন❤ এটা মৰমলগা অকৰাৰ ।❤ মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ মনে মনে মোৰ বহুত ভাল লাগে জান । আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ? তোৰ আৰে আৰে চাই কিমান সুখি হওঁ সেয়া তই নুবুজিবি। এৰা বুজিবিনো কিয় ? তইতো এটা মৰমলগা অকৰাহে 😘? আজিলৈকেটো বুজিয়ে নাপালি __মই তোক জ্বলাবলৈকে অনহকত কৰা কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍 যেতিয়া তই মোৰ লগত সাধাৰণভাৱে কথা পাত মোৰ ক'বলৈ মন যায় জান ? "কাজিয়া কৰো ব'ল .... ধেই ময়ো যে .....😆 কাজিয়া হ'বলা নিজে নিজে কৰিম বুলি কৰে । নকৰে নহ্ নিজে নিজেহে হৈ যায় আৰু চৱ হয় তোৰ কাৰণে । মনত হে পৰিছে অ .... তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ । কিন্তু সময়বোৰ যে ? ©Nikumoni A Laskar

এনেই

#Rose

People who shared love close

More like this

Trending Topic