অলপ অদৰকাৰী ©ঋকশিখা কাশ্যপ অলপ অদৰকাৰী আছিলো অল

"অলপ অদৰকাৰী ©ঋকশিখা কাশ্যপ অলপ অদৰকাৰী আছিলো অলপ মানে তেওঁৰ হৃদয়ে ঢুকিব নোৱাৰাৰ সমানে ঠিক অলপমান কিন্তু নিজকে নিসংগ বুলি ভবাৰ , সমান অনৰ্গল অদৰকাৰী হৈ থকাৰ তিক্ততাতকৈ তেওঁৰ দৃষ্টিত অদৰকাৰী হোৱাটোৱে বৰ বেছি কষ্ট দিয়া নাছিল | কিমানখিনি অদৰকাৰী হ'লে প্ৰতাৰণাৰ তীব্ৰ যাতনাৰ স্বল্পময়ী বান্ধোনেৰে কাৰোবাক জীয়াই জীয়াই হত্যা কৰিব পাৰে ? উত্তৰৰ অপেক্ষা আচলতে নাই নিস্তব্ধতাই চুই গ'লে কি হ'ব মোৰ বুলি ভয় কৰা মুগ্ধ হিয়াখন কিমান অদৰকাৰী জনাৰ আকাংক্ষা নাই | কিন্তু অচেতন্য সম্ৰাজ্যখনৰ প্ৰতিটো অলিয়ে-গলিয়ে মন-মগজুৰ প্ৰত্যেকটো চৰিত্ৰই ৰাজপথৰ হাহাকাবোৰৰ মাজতো মোক বাৰাম্বাৰ প্ৰশ্ন কৰে তাৰ সীমনা | উশাহবোৰক তেতিয়া ফেঁটীসাপ যেন লাগে তথাপিও নিৰুত্তৰী প্ৰশ্নবোৰৰ উত্তৰ মই জানো অচেতন্য ৰাজপথটোত থিয় হৈ চিঞৰি চিঞৰি ক'ব মন যায় অলমানহে অদৰকাৰী আছিলো !"

 অলপ অদৰকাৰী
 ©ঋকশিখা কাশ্যপ


অলপ অদৰকাৰী আছিলো
অলপ মানে  তেওঁৰ হৃদয়ে ঢুকিব
নোৱাৰাৰ সমানে  ঠিক অলপমান
কিন্তু নিজকে নিসংগ বুলি ভবাৰ ,
সমান  অনৰ্গল অদৰকাৰী হৈ 
থকাৰ তিক্ততাতকৈ তেওঁৰ দৃষ্টিত
অদৰকাৰী হোৱাটোৱে বৰ বেছি
কষ্ট দিয়া নাছিল |

কিমানখিনি অদৰকাৰী হ'লে
প্ৰতাৰণাৰ তীব্ৰ যাতনাৰ 
স্বল্পময়ী বান্ধোনেৰে কাৰোবাক
জীয়াই জীয়াই হত্যা কৰিব পাৰে ?
উত্তৰৰ অপেক্ষা আচলতে নাই 
নিস্তব্ধতাই চুই গ'লে কি হ'ব মোৰ
বুলি ভয় কৰা মুগ্ধ হিয়াখন কিমান
অদৰকাৰী জনাৰ আকাংক্ষা নাই |

কিন্তু অচেতন্য সম্ৰাজ্যখনৰ  
প্ৰতিটো অলিয়ে-গলিয়ে 
মন-মগজুৰ প্ৰত্যেকটো চৰিত্ৰই 
ৰাজপথৰ হাহাকাবোৰৰ মাজতো
মোক বাৰাম্বাৰ প্ৰশ্ন কৰে তাৰ সীমনা |
উশাহবোৰক তেতিয়া ফেঁটীসাপ যেন লাগে 
তথাপিও নিৰুত্তৰী প্ৰশ্নবোৰৰ  উত্তৰ মই জানো
অচেতন্য ৰাজপথটোত থিয় হৈ
চিঞৰি চিঞৰি ক'ব মন যায় 
অলমানহে অদৰকাৰী আছিলো !

অলপ অদৰকাৰী ©ঋকশিখা কাশ্যপ অলপ অদৰকাৰী আছিলো অলপ মানে তেওঁৰ হৃদয়ে ঢুকিব নোৱাৰাৰ সমানে ঠিক অলপমান কিন্তু নিজকে নিসংগ বুলি ভবাৰ , সমান অনৰ্গল অদৰকাৰী হৈ থকাৰ তিক্ততাতকৈ তেওঁৰ দৃষ্টিত অদৰকাৰী হোৱাটোৱে বৰ বেছি কষ্ট দিয়া নাছিল | কিমানখিনি অদৰকাৰী হ'লে প্ৰতাৰণাৰ তীব্ৰ যাতনাৰ স্বল্পময়ী বান্ধোনেৰে কাৰোবাক জীয়াই জীয়াই হত্যা কৰিব পাৰে ? উত্তৰৰ অপেক্ষা আচলতে নাই নিস্তব্ধতাই চুই গ'লে কি হ'ব মোৰ বুলি ভয় কৰা মুগ্ধ হিয়াখন কিমান অদৰকাৰী জনাৰ আকাংক্ষা নাই | কিন্তু অচেতন্য সম্ৰাজ্যখনৰ প্ৰতিটো অলিয়ে-গলিয়ে মন-মগজুৰ প্ৰত্যেকটো চৰিত্ৰই ৰাজপথৰ হাহাকাবোৰৰ মাজতো মোক বাৰাম্বাৰ প্ৰশ্ন কৰে তাৰ সীমনা | উশাহবোৰক তেতিয়া ফেঁটীসাপ যেন লাগে তথাপিও নিৰুত্তৰী প্ৰশ্নবোৰৰ উত্তৰ মই জানো অচেতন্য ৰাজপথটোত থিয় হৈ চিঞৰি চিঞৰি ক'ব মন যায় অলমানহে অদৰকাৰী আছিলো !

#Light

People who shared love close

More like this

Trending Topic