বিপ্লৱী ওজা , তুমি অমৰ হোৱা : -ঋকশিখা

"বিপ্লৱী ওজা , তুমি অমৰ হোৱা : -ঋকশিখা নিৰ্যাতিত নিপীড়িত শস্যদ্ৰষ্টাৰ কৰুণ হিয়াৰ কোলহোলবোৰৰ স্বাৰ্থত সংগ্ৰামৰ বন্যা বোৱাবলৈ আজি তুমি নাই | হে , জনতাৰ শিল্পী বিধ্বস্ত সমাজৰ অশ্ৰুমালাৰ চেঁকুৰবোৰ , পোঁখালি নিবলৈ তুমি সাহসৰ মাজত অমৰ পোৱা | বিপ্লৱৰ অনামী ঠিকনাই স্হায়িত্ব পাঁওক মাঁথো , তোমাৰ সংগ্ৰামৰ জীৱন্ত কাহিনীৰে বিপ্লৱৰ এটা নাম বিষ্ণুৰাভা বুলি | হালধীয়াৰ বজাৰত এতিয়া বিপ্লৱৰ নামত ধ্বনিত ভণ্ডামি , নষ্টসম্ৰাজ্যৰ মনুষ্যৰ জীৱন মুখৰিত হওঁক মুক্তিমান ৰাভা বুলি | এটা অস্তব্ধ বিপ্লৱী জীৱনৰ উশাহেৰে জীৱিত হওঁক নৱ বিপ্লৱৰ , কেচাঁমাটিৰ সুবাসৰ মাজত প্ৰতিধ্বনিত হওঁক তোমাৰ বিপ্লৱ |"

 বিপ্লৱী ওজা , তুমি অমৰ হোৱা :
          -ঋকশিখা 

নিৰ্যাতিত নিপীড়িত শস্যদ্ৰষ্টাৰ
কৰুণ হিয়াৰ কোলহোলবোৰৰ
স্বাৰ্থত সংগ্ৰামৰ বন্যা বোৱাবলৈ 
আজি তুমি নাই |

হে , জনতাৰ শিল্পী বিধ্বস্ত
সমাজৰ অশ্ৰুমালাৰ চেঁকুৰবোৰ ,
পোঁখালি নিবলৈ তুমি 
সাহসৰ মাজত অমৰ পোৱা |

বিপ্লৱৰ অনামী ঠিকনাই 
স্হায়িত্ব পাঁওক মাঁথো , 
তোমাৰ সংগ্ৰামৰ জীৱন্ত কাহিনীৰে 
বিপ্লৱৰ এটা নাম বিষ্ণুৰাভা বুলি |

হালধীয়াৰ বজাৰত এতিয়া
বিপ্লৱৰ নামত ধ্বনিত ভণ্ডামি ,
নষ্টসম্ৰাজ্যৰ মনুষ্যৰ জীৱন 
মুখৰিত হওঁক মুক্তিমান ৰাভা বুলি |

এটা অস্তব্ধ বিপ্লৱী জীৱনৰ 
উশাহেৰে জীৱিত হওঁক নৱ বিপ্লৱৰ ,
কেচাঁমাটিৰ সুবাসৰ মাজত 
প্ৰতিধ্বনিত হওঁক তোমাৰ বিপ্লৱ |

বিপ্লৱী ওজা , তুমি অমৰ হোৱা : -ঋকশিখা নিৰ্যাতিত নিপীড়িত শস্যদ্ৰষ্টাৰ কৰুণ হিয়াৰ কোলহোলবোৰৰ স্বাৰ্থত সংগ্ৰামৰ বন্যা বোৱাবলৈ আজি তুমি নাই | হে , জনতাৰ শিল্পী বিধ্বস্ত সমাজৰ অশ্ৰুমালাৰ চেঁকুৰবোৰ , পোঁখালি নিবলৈ তুমি সাহসৰ মাজত অমৰ পোৱা | বিপ্লৱৰ অনামী ঠিকনাই স্হায়িত্ব পাঁওক মাঁথো , তোমাৰ সংগ্ৰামৰ জীৱন্ত কাহিনীৰে বিপ্লৱৰ এটা নাম বিষ্ণুৰাভা বুলি | হালধীয়াৰ বজাৰত এতিয়া বিপ্লৱৰ নামত ধ্বনিত ভণ্ডামি , নষ্টসম্ৰাজ্যৰ মনুষ্যৰ জীৱন মুখৰিত হওঁক মুক্তিমান ৰাভা বুলি | এটা অস্তব্ধ বিপ্লৱী জীৱনৰ উশাহেৰে জীৱিত হওঁক নৱ বিপ্লৱৰ , কেচাঁমাটিৰ সুবাসৰ মাজত প্ৰতিধ্বনিত হওঁক তোমাৰ বিপ্লৱ |

#Health

People who shared love close

More like this

Trending Topic