তুমি আহিবা বুলিয়েইতো আজি এজাৰ ফুলীয়া চাদৰ খনেৰে নি

"তুমি আহিবা বুলিয়েইতো আজি এজাৰ ফুলীয়া চাদৰ খনেৰে নিজকে আৱৰিছো,, তুমি আহিবা বুলিয়েই তো আজি সোনাৰুৰ সমস্ত হালধীয়াৰে নিজকে ৰঙাইছো,,, সৌ অস্তগামী সূৰুজক কপালত আকিবলৈ ৰৈ আছো,,,, ৰৈ আছো তোমাতে সম্পূৰ্ণ হবলৈ!!!!!!"

 তুমি আহিবা বুলিয়েইতো আজি এজাৰ ফুলীয়া চাদৰ খনেৰে নিজকে আৱৰিছো,, 
           তুমি আহিবা বুলিয়েই তো আজি সোনাৰুৰ সমস্ত হালধীয়াৰে নিজকে ৰঙাইছো,,, 
           সৌ অস্তগামী সূৰুজক কপালত আকিবলৈ ৰৈ আছো,,,, 
            ৰৈ আছো তোমাতে সম্পূৰ্ণ হবলৈ!!!!!!

তুমি আহিবা বুলিয়েইতো আজি এজাৰ ফুলীয়া চাদৰ খনেৰে নিজকে আৱৰিছো,, তুমি আহিবা বুলিয়েই তো আজি সোনাৰুৰ সমস্ত হালধীয়াৰে নিজকে ৰঙাইছো,,, সৌ অস্তগামী সূৰুজক কপালত আকিবলৈ ৰৈ আছো,,,, ৰৈ আছো তোমাতে সম্পূৰ্ণ হবলৈ!!!!!!

#সিন্দুৰ#

People who shared love close

More like this

Trending Topic