জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল,

"জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত। ©Nojoto, ASSAMESE"

 জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত।

©Nojoto, ASSAMESE

জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত। ©Nojoto, ASSAMESE

#Assamese #AssamesePoem #Assamesequotes #assamesepoetry #Assam

#WelcomLife

People who shared love close

More like this

Trending Topic