ৰঙীন পৃথিৱী মুকলি আকাশৰ তলত নিজান দুপৰীয়া গৈ সূ

"ৰঙীন পৃথিৱী মুকলি আকাশৰ তলত নিজান দুপৰীয়া গৈ সূৰুযৰ পোহৰক সুধিলো জোনবাই নো কেতিয়া আহিব? নিশা হলে জোনবাই আহিব মোৰ পৰা লোৱা পোহৰেৰে নিশাৰ এন্ধাৰক পোহৰাই তুলিব তোমাৰ ৰঙীন পৃথিৱীখন || তোমাৰ উজ্বল নয়নজুৰি চাবলৈ অপেক্ষা কৰিম জোনাকৰ স্নিগ্ধ পোহৰত উজ্বলি উঠা মিচিকিয়া হাঁহিটিৰে || তোমাৰ প্ৰেমত পৰিলো নেকি জোনবাইৰ কথা শুনি নে সূৰুযৰ সেই সৰু অভিমান দেখি || 👉ৰচিদৰ ৰহমান"

 ৰঙীন পৃথিৱী

মুকলি আকাশৰ তলত
 নিজান দুপৰীয়া গৈ 
সূৰুযৰ পোহৰক সুধিলো
জোনবাই নো কেতিয়া আহিব?

নিশা হলে জোনবাই আহিব
মোৰ পৰা লোৱা পোহৰেৰে
নিশাৰ এন্ধাৰক পোহৰাই তুলিব 
তোমাৰ ৰঙীন পৃথিৱীখন ||

তোমাৰ উজ্বল নয়নজুৰি
 চাবলৈ অপেক্ষা কৰিম
জোনাকৰ স্নিগ্ধ পোহৰত 
উজ্বলি উঠা মিচিকিয়া হাঁহিটিৰে ||

তোমাৰ প্ৰেমত পৰিলো নেকি 
জোনবাইৰ কথা শুনি 
নে সূৰুযৰ সেই 
সৰু অভিমান দেখি ||

👉ৰচিদৰ ৰহমান

ৰঙীন পৃথিৱী মুকলি আকাশৰ তলত নিজান দুপৰীয়া গৈ সূৰুযৰ পোহৰক সুধিলো জোনবাই নো কেতিয়া আহিব? নিশা হলে জোনবাই আহিব মোৰ পৰা লোৱা পোহৰেৰে নিশাৰ এন্ধাৰক পোহৰাই তুলিব তোমাৰ ৰঙীন পৃথিৱীখন || তোমাৰ উজ্বল নয়নজুৰি চাবলৈ অপেক্ষা কৰিম জোনাকৰ স্নিগ্ধ পোহৰত উজ্বলি উঠা মিচিকিয়া হাঁহিটিৰে || তোমাৰ প্ৰেমত পৰিলো নেকি জোনবাইৰ কথা শুনি নে সূৰুযৰ সেই সৰু অভিমান দেখি || 👉ৰচিদৰ ৰহমান

Words by Rachidar Rahman

People who shared love close

More like this

Trending Topic