যদি দিনটোৰ ব্যস্ততাৰ অন্তত ও , আপোনাক চুই যোৱা নি | বাংলা Quotes

"যদি দিনটোৰ ব্যস্ততাৰ অন্তত ও , আপোনাক চুই যোৱা নিসংগতাখিনি পুৰাব পৰাকৈ ; আপুনি নিজৰ বাবেই যথেষ্ট বুলি এটা শান্তিৰ উশাহ এৰিব পাৰিছে । বিশ্বাস কৰক আপুনি যান্ত্রিকতাৰ মাজত হেৰাই যোৱা নাই । আপোনাক সুখী হ'বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই । ©Rikshikha Kashyap"

 যদি দিনটোৰ ব্যস্ততাৰ অন্তত ও ,  আপোনাক চুই যোৱা নিসংগতাখিনি পুৰাব পৰাকৈ ; আপুনি নিজৰ বাবেই যথেষ্ট বুলি এটা শান্তিৰ উশাহ এৰিব পাৰিছে ।
বিশ্বাস কৰক  আপুনি যান্ত্রিকতাৰ মাজত হেৰাই যোৱা নাই । আপোনাক সুখী হ'বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই ।

©Rikshikha Kashyap

যদি দিনটোৰ ব্যস্ততাৰ অন্তত ও , আপোনাক চুই যোৱা নিসংগতাখিনি পুৰাব পৰাকৈ ; আপুনি নিজৰ বাবেই যথেষ্ট বুলি এটা শান্তিৰ উশাহ এৰিব পাৰিছে । বিশ্বাস কৰক আপুনি যান্ত্রিকতাৰ মাজত হেৰাই যোৱা নাই । আপোনাক সুখী হ'বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই । ©Rikshikha Kashyap

#Assamese
#AssamesePoem
#rikshikha

People who shared love close

More like this

Trending Topic