****** নৈঃশব্দ্যত শব্দৰ মালিতা****** শুনিছানে কেত | বাংলা Poetry

"****** নৈঃশব্দ্যত শব্দৰ মালিতা****** শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ? বুজি জানো পোৱা নদীৰ বেদনা? পৃথিৱীৰো দুখ হয় , আকাশ যেতিয়া মেঘাচ্ছন্ন হয় । জোনাকত বৰষুণ সৰে , এছাটি যদি মলয়া বলে ! গছেও কথা পাতে । নিৰৱতাত ঝংকাৰ তোলে । মৰমৰ ৰং কি কোৱা ? বতাহত বৈছে নে চিনাকি সুৱাস ? প্ৰেমতো প্লাৱন আহে, উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে । অভিমানে বুকুত ঘৰ সাজে , দূবৰিত নিয়ৰকণা সৰে । অনুভৱত বুকু কঁপি উঠে-- আজি যদি বৰষুণজাকে দুয়োকে তিয়াই তোলে !!! ✍️বিনীশা দেৱী ©Binisha"

 ****** নৈঃশব্দ্যত শব্দৰ মালিতা****** 
শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ?
বুজি জানো পোৱা নদীৰ বেদনা? 
পৃথিৱীৰো দুখ হয় ,
আকাশ যেতিয়া মেঘাচ্ছন্ন হয় ।
জোনাকত বৰষুণ সৰে ,
এছাটি যদি মলয়া বলে !
গছেও কথা পাতে ।
নিৰৱতাত ঝংকাৰ তোলে ।
মৰমৰ ৰং কি কোৱা ? 
বতাহত বৈছে নে চিনাকি সুৱাস ?
প্ৰেমতো প্লাৱন আহে,
উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে ।
অভিমানে বুকুত ঘৰ সাজে ,
দূবৰিত নিয়ৰকণা সৰে ।
অনুভৱত বুকু কঁপি উঠে--
আজি যদি বৰষুণজাকে 
দুয়োকে তিয়াই তোলে !!! 

✍️বিনীশা দেৱী

©Binisha

****** নৈঃশব্দ্যত শব্দৰ মালিতা****** শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ? বুজি জানো পোৱা নদীৰ বেদনা? পৃথিৱীৰো দুখ হয় , আকাশ যেতিয়া মেঘাচ্ছন্ন হয় । জোনাকত বৰষুণ সৰে , এছাটি যদি মলয়া বলে ! গছেও কথা পাতে । নিৰৱতাত ঝংকাৰ তোলে । মৰমৰ ৰং কি কোৱা ? বতাহত বৈছে নে চিনাকি সুৱাস ? প্ৰেমতো প্লাৱন আহে, উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে । অভিমানে বুকুত ঘৰ সাজে , দূবৰিত নিয়ৰকণা সৰে । অনুভৱত বুকু কঁপি উঠে-- আজি যদি বৰষুণজাকে দুয়োকে তিয়াই তোলে !!! ✍️বিনীশা দেৱী ©Binisha

People who shared love close

More like this

Trending Topic