Binisha

Binisha

writer.

  • Latest
  • Popular
  • Video
#sad_quotes  White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় যেন এয়া সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ। কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ -----

বিনীশা দেৱীৰ উপন্যাস 

কাদম্বিনী আকাশৰ কাহিনী

©Binisha

#sad_quotes

117 View

#alone  White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় এয়া যেন সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ।কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে
যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ -----

বিনীশা দেৱীৰ উপন্যাস 

কাদম্বিনী আকাশৰ কাহিনী

©Binisha

#alone

90 View

#dusk  কাদম্বিনী আকাশৰ কাহিনী

©Binisha

#dusk

66 View

কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷ পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী*** ©Binisha

 কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷

পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী***

©Binisha

কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷ পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী*** ©Binisha

8 Love

****** নৈঃশব্দ্যত শব্দৰ মালিতা****** শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ? বুজি জানো পোৱা নদীৰ বেদনা? পৃথিৱীৰো দুখ হয় , আকাশ যেতিয়া মেঘাচ্ছন্ন হয় । জোনাকত বৰষুণ সৰে , এছাটি যদি মলয়া বলে ! গছেও কথা পাতে । নিৰৱতাত ঝংকাৰ তোলে । মৰমৰ ৰং কি কোৱা ? বতাহত বৈছে নে চিনাকি সুৱাস ? প্ৰেমতো প্লাৱন আহে, উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে । অভিমানে বুকুত ঘৰ সাজে , দূবৰিত নিয়ৰকণা সৰে । অনুভৱত বুকু কঁপি উঠে-- আজি যদি বৰষুণজাকে দুয়োকে তিয়াই তোলে !!! ✍️বিনীশা দেৱী ©Binisha

 ****** নৈঃশব্দ্যত শব্দৰ মালিতা****** 
শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ?
বুজি জানো পোৱা নদীৰ বেদনা? 
পৃথিৱীৰো দুখ হয় ,
আকাশ যেতিয়া মেঘাচ্ছন্ন হয় ।
জোনাকত বৰষুণ সৰে ,
এছাটি যদি মলয়া বলে !
গছেও কথা পাতে ।
নিৰৱতাত ঝংকাৰ তোলে ।
মৰমৰ ৰং কি কোৱা ? 
বতাহত বৈছে নে চিনাকি সুৱাস ?
প্ৰেমতো প্লাৱন আহে,
উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে ।
অভিমানে বুকুত ঘৰ সাজে ,
দূবৰিত নিয়ৰকণা সৰে ।
অনুভৱত বুকু কঁপি উঠে--
আজি যদি বৰষুণজাকে 
দুয়োকে তিয়াই তোলে !!! 

✍️বিনীশা দেৱী

©Binisha

****** নৈঃশব্দ্যত শব্দৰ মালিতা****** শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ? বুজি জানো পোৱা নদীৰ বেদনা? পৃথিৱীৰো দুখ হয় , আকাশ যেতিয়া মেঘাচ্ছন্ন হয় । জোনাকত বৰষুণ সৰে , এছাটি যদি মলয়া বলে ! গছেও কথা পাতে । নিৰৱতাত ঝংকাৰ তোলে । মৰমৰ ৰং কি কোৱা ? বতাহত বৈছে নে চিনাকি সুৱাস ? প্ৰেমতো প্লাৱন আহে, উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে । অভিমানে বুকুত ঘৰ সাজে , দূবৰিত নিয়ৰকণা সৰে । অনুভৱত বুকু কঁপি উঠে-- আজি যদি বৰষুণজাকে দুয়োকে তিয়াই তোলে !!! ✍️বিনীশা দেৱী ©Binisha

8 Love

********আপৰহ******** বিচ্ছেদ মানেই জানো সমাপ্তি ? বুকুত তো ৰৈয়েই যায় সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷ আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত সেই কণ্ঠ যি পলে পলে কৰি তোলে দগ্ধ ৷ তথাপিও কিয় বিচ্ছেদ হয়, য'ত প্ৰেমৰ সুৱাস বয় ? নাই কোনো যুক্তি বিচৰা হয় কেৱল মুক্তি ৷ অন্যত্বই কৰিব পাৰেনে সুখী সকলো স্মৃতিক জলাঞ্জলি দি? ✍বিনীশা দেৱী ©Binisha

#dusk  ********আপৰহ******** 

বিচ্ছেদ মানেই জানো সমাপ্তি ?
বুকুত তো ৰৈয়েই যায় 
সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷
আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত 
সেই কণ্ঠ
যি পলে পলে কৰি তোলে দগ্ধ ৷
তথাপিও কিয় বিচ্ছেদ হয়,
য'ত প্ৰেমৰ সুৱাস বয় ?
নাই কোনো যুক্তি 
বিচৰা হয় কেৱল মুক্তি ৷
অন্যত্বই কৰিব পাৰেনে সুখী
সকলো স্মৃতিক জলাঞ্জলি দি? 

✍বিনীশা দেৱী

©Binisha

#dusk

8 Love

Trending Topic