কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্ | বাংলা Poetry

"কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷ পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী*** ©Binisha"

 কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷

পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী***

©Binisha

কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷ পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী*** ©Binisha

People who shared love close

More like this

Trending Topic