White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত | English Love Vide

"White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় এয়া যেন সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ।কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ ----- বিনীশা দেৱীৰ উপন্যাস  কাদম্বিনী আকাশৰ কাহিনী ©Binisha "

White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় এয়া যেন সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ।কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ ----- বিনীশা দেৱীৰ উপন্যাস  কাদম্বিনী আকাশৰ কাহিনী ©Binisha

#alone

People who shared love close

More like this

Trending Topic