********আপৰহ******** বিচ্ছেদ মানেই জানো সমাপ্তি | বাংলা Poetry

"********আপৰহ******** বিচ্ছেদ মানেই জানো সমাপ্তি ? বুকুত তো ৰৈয়েই যায় সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷ আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত সেই কণ্ঠ যি পলে পলে কৰি তোলে দগ্ধ ৷ তথাপিও কিয় বিচ্ছেদ হয়, য'ত প্ৰেমৰ সুৱাস বয় ? নাই কোনো যুক্তি বিচৰা হয় কেৱল মুক্তি ৷ অন্যত্বই কৰিব পাৰেনে সুখী সকলো স্মৃতিক জলাঞ্জলি দি? ✍বিনীশা দেৱী ©Binisha"

 ********আপৰহ******** 

বিচ্ছেদ মানেই জানো সমাপ্তি ?
বুকুত তো ৰৈয়েই যায় 
সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷
আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত 
সেই কণ্ঠ
যি পলে পলে কৰি তোলে দগ্ধ ৷
তথাপিও কিয় বিচ্ছেদ হয়,
য'ত প্ৰেমৰ সুৱাস বয় ?
নাই কোনো যুক্তি 
বিচৰা হয় কেৱল মুক্তি ৷
অন্যত্বই কৰিব পাৰেনে সুখী
সকলো স্মৃতিক জলাঞ্জলি দি? 

✍বিনীশা দেৱী

©Binisha

********আপৰহ******** বিচ্ছেদ মানেই জানো সমাপ্তি ? বুকুত তো ৰৈয়েই যায় সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷ আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত সেই কণ্ঠ যি পলে পলে কৰি তোলে দগ্ধ ৷ তথাপিও কিয় বিচ্ছেদ হয়, য'ত প্ৰেমৰ সুৱাস বয় ? নাই কোনো যুক্তি বিচৰা হয় কেৱল মুক্তি ৷ অন্যত্বই কৰিব পাৰেনে সুখী সকলো স্মৃতিক জলাঞ্জলি দি? ✍বিনীশা দেৱী ©Binisha

#dusk

People who shared love close

More like this

Trending Topic