°~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~° ~••~~~•

"°~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~° ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~ তুমি অনুভৱ কৰিব পাৰিবা জানো কেতিয়াবা অনুভৱ কৰি পাইছা নে ? সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ ভঙাৰ অব্যক্ত বেদনা.. তুমি জানা জানো ? হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে সপোনৰ পাহি বোৰ . . তোমাক পোৱাৰ আশাত কিদৰে আঁতৰি যাই আপোন বোৰ ! যেতিয়া হৃদয় ভাঙে বিষাদে ছানি ধৰে বুকু খনত যিদৰে পূর্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে.. তুমি কি বুজিবা আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ তপ্ততা কিমান ? তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই তুমি হীনতাত আজিও ম‌ই অসুস্থ ।। ✒️নিবিৰ ৰাজবংশী ~পাঞ্জাবাৰী গুৱাহাটী~ - ২৯/০৫/২০২০ -"

 °~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~°
   ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~
তুমি অনুভৱ কৰিব পাৰিবা জানো
কেতিয়াবা অনুভৱ কৰি পাইছা নে ?
সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ 
ভঙাৰ অব্যক্ত বেদনা..
তুমি জানা জানো ?
হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে
সপোনৰ পাহি বোৰ . .
তোমাক পোৱাৰ আশাত
কিদৰে আঁতৰি যাই 
আপোন বোৰ !
যেতিয়া হৃদয় ভাঙে
বিষাদে ছানি ধৰে বুকু খনত
যিদৰে পূর্ণিমা জোনটিৰ
মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে..
তুমি কি বুজিবা 
আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ
তপ্ততা  কিমান ?
তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... 
মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই
তুমি হীনতাত আজিও ম‌ই অসুস্থ ।।
   
         ✒️নিবিৰ ৰাজবংশী
          ~পাঞ্জাবাৰী গুৱাহাটী~
              - ২৯/০৫/২০২০ -

°~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~° ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~ তুমি অনুভৱ কৰিব পাৰিবা জানো কেতিয়াবা অনুভৱ কৰি পাইছা নে ? সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ ভঙাৰ অব্যক্ত বেদনা.. তুমি জানা জানো ? হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে সপোনৰ পাহি বোৰ . . তোমাক পোৱাৰ আশাত কিদৰে আঁতৰি যাই আপোন বোৰ ! যেতিয়া হৃদয় ভাঙে বিষাদে ছানি ধৰে বুকু খনত যিদৰে পূর্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে.. তুমি কি বুজিবা আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ তপ্ততা কিমান ? তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই তুমি হীনতাত আজিও ম‌ই অসুস্থ ।। ✒️নিবিৰ ৰাজবংশী ~পাঞ্জাবাৰী গুৱাহাটী~ - ২৯/০৫/২০২০ -

kripanjali

People who shared love close

More like this

Trending Topic