আপোনাক কম বুলি ভবা কথাবোৰ সাঁচি ৰাখোতে ৰাখোতে এ | English Quotes

"আপোনাক কম বুলি ভবা কথাবোৰ সাঁচি ৰাখোতে ৰাখোতে এদিন স্তূপ হৈছিল আৰু সেই স্তূপটো এদিন শিল । নতুনকৈ শিলটোত শেলুৱৈও গজিছে খুব ধুনীয়া দেখিবলৈ । এতিয়া যে আপোনাক ক'বও মন নাযায় । ©Rikshikha kashyap"

 আপোনাক কম
 বুলি ভবা কথাবোৰ 
সাঁচি ৰাখোতে ৰাখোতে 
এদিন স্তূপ হৈছিল 
আৰু সেই স্তূপটো 
এদিন শিল । 
নতুনকৈ শিলটোত 
শেলুৱৈও গজিছে 
খুব ধুনীয়া দেখিবলৈ ।
এতিয়া যে আপোনাক 
ক'বও মন নাযায় ।

©Rikshikha kashyap

আপোনাক কম বুলি ভবা কথাবোৰ সাঁচি ৰাখোতে ৰাখোতে এদিন স্তূপ হৈছিল আৰু সেই স্তূপটো এদিন শিল । নতুনকৈ শিলটোত শেলুৱৈও গজিছে খুব ধুনীয়া দেখিবলৈ । এতিয়া যে আপোনাক ক'বও মন নাযায় । ©Rikshikha kashyap

#think

People who shared love close

More like this

Trending Topic