Rikshikha kashyap

Rikshikha kashyap Lives in Nalbari, Assam, India

Assamese girl

  • Latest
  • Popular
  • Video

আপোনাক কম বুলি ভবা কথাবোৰ সাঁচি ৰাখোতে ৰাখোতে এদিন স্তূপ হৈছিল আৰু সেই স্তূপটো এদিন শিল । নতুনকৈ শিলটোত শেলুৱৈও গজিছে খুব ধুনীয়া দেখিবলৈ । এতিয়া যে আপোনাক ক'বও মন নাযায় । ©Rikshikha kashyap

#Quotes #think  আপোনাক কম
 বুলি ভবা কথাবোৰ 
সাঁচি ৰাখোতে ৰাখোতে 
এদিন স্তূপ হৈছিল 
আৰু সেই স্তূপটো 
এদিন শিল । 
নতুনকৈ শিলটোত 
শেলুৱৈও গজিছে 
খুব ধুনীয়া দেখিবলৈ ।
এতিয়া যে আপোনাক 
ক'বও মন নাযায় ।

©Rikshikha kashyap

#think

10 Love

মৃত্যুৰ গধুৰ বোজা এটা কঢ়িয়াই জীয়াই থকাটোও জানো জীৱন ?? ©Rikshikha kashyap

#leaf  মৃত্যুৰ গধুৰ বোজা এটা
কঢ়িয়াই জীয়াই
থকাটোও জানো জীৱন ??

©Rikshikha kashyap

#leaf

11 Love

#mypets

life #mypets

77 View

মোৰ পোহৰখিনিতকৈ তোমাৰ এন্ধাৰখিনিৰ তীক্ষ্ণতা বেছি ©Rikshikha kashyap

#dusk  মোৰ পোহৰখিনিতকৈ
তোমাৰ এন্ধাৰখিনিৰ

তীক্ষ্ণতা বেছি

©Rikshikha kashyap

Assamese #dusk

11 Love

যি ছবিয়ে কাহানিও কেনে আছা বুলি সোধা নাই , সেই একেখন ছবিলৈ চাই আপুনি কৈ আছে আপুনি থকালৈকে ভালে থাকিম ©Rikshikha kashyap

#Quotes #Nature  যি ছবিয়ে কাহানিও কেনে
 আছা বুলি সোধা নাই ,
সেই একেখন ছবিলৈ চাই 
আপুনি কৈ আছে 
আপুনি থকালৈকে ভালে থাকিম

©Rikshikha kashyap

@assamese #Nature

12 Love

ৰৈ নোযোৱা কথাবোৰ : আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ? : হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । : হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । : ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ? : ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ : বাহ ল'ৰাৰ কথা খুব জানা মানে । : তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি । : হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ? : নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি.. : তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । : অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । : হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ? : মই পাৰোঁ 😁 : পাগলী তুমি.. : নহয় মই ভালেই । কেৱল কেতিয়াবা.. : কি ? : একো নহয় । : কি নো কোৱাচোন । : সকলো কথা ক'ব পৰা নাযায় .. : কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ? : তেনেকুৱাই আৰু.. : তুমি ৰ'দ ভালপোৱা ন বহুত ? : আপুনি কেনেকৈ জানিলে ? : তোমাৰ ষ্টেটাছ বোৰত আকৌ । : আপুনি কি ভাল পায় ? : বৰষুণ.. : হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে... : হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । : বাৰু মই ৰাখিছোঁ । : একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা " এজাক বৰষুণে মোক চুই থৈ গ'ল...." @ঋকশিখা ©Rikshikha kashyap

#শায়রি #Assamesequotes #assamese_poem #Assamese #Light  ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap
Trending Topic