ৰৈ নোযোৱা কথাবোৰ : আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গ | বাংলা শায়রি ও গজল

"ৰৈ নোযোৱা কথাবোৰ : আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ? : হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । : হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । : ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ? : ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ : বাহ ল'ৰাৰ কথা খুব জানা মানে । : তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি । : হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ? : নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি.. : তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । : অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । : হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ? : মই পাৰোঁ 😁 : পাগলী তুমি.. : নহয় মই ভালেই । কেৱল কেতিয়াবা.. : কি ? : একো নহয় । : কি নো কোৱাচোন । : সকলো কথা ক'ব পৰা নাযায় .. : কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ? : তেনেকুৱাই আৰু.. : তুমি ৰ'দ ভালপোৱা ন বহুত ? : আপুনি কেনেকৈ জানিলে ? : তোমাৰ ষ্টেটাছ বোৰত আকৌ । : আপুনি কি ভাল পায় ? : বৰষুণ.. : হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে... : হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । : বাৰু মই ৰাখিছোঁ । : একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা " এজাক বৰষুণে মোক চুই থৈ গ'ল...." @ঋকশিখা ©Rikshikha kashyap"

 ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ : আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ? : হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । : হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । : ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ? : ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ : বাহ ল'ৰাৰ কথা খুব জানা মানে । : তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি । : হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ? : নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি.. : তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । : অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । : হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ? : মই পাৰোঁ 😁 : পাগলী তুমি.. : নহয় মই ভালেই । কেৱল কেতিয়াবা.. : কি ? : একো নহয় । : কি নো কোৱাচোন । : সকলো কথা ক'ব পৰা নাযায় .. : কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ? : তেনেকুৱাই আৰু.. : তুমি ৰ'দ ভালপোৱা ন বহুত ? : আপুনি কেনেকৈ জানিলে ? : তোমাৰ ষ্টেটাছ বোৰত আকৌ । : আপুনি কি ভাল পায় ? : বৰষুণ.. : হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে... : হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । : বাৰু মই ৰাখিছোঁ । : একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা " এজাক বৰষুণে মোক চুই থৈ গ'ল...." @ঋকশিখা ©Rikshikha kashyap

#Assamese #Assamesequotes #assamese_poem
#Light

People who shared love close

More like this

Trending Topic