তুমি বিহীন মোৰ এই জীৱন আধা লিখা স্তৱক তুমি বিহীন

"তুমি বিহীন মোৰ এই জীৱন আধা লিখা স্তৱক তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ কিদৰে জীয়াই আছোঁ মোক এবাৰ চাই যোৱাহি তুমি মোৰ বুকুত সিছি থৈ যোৱা সেই সেউজীয়া সপোনবোৰৰ মাজতে আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা এতিয়াও অন্ত পৰা নাই । কেতিয়াবা ভাগৰি পৰো নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই কি লাভ কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ তথাপিও সেই সোঁৱৰণী বোৰেই যেন আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।। ✍️নিবিৰ"

 তুমি বিহীন মোৰ এই জীৱন
আধা লিখা স্তৱক 
তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ
কিদৰে জীয়াই আছোঁ 
মোক এবাৰ চাই যোৱাহি
তুমি মোৰ বুকুত সিছি থৈ যোৱা 
সেই সেউজীয়া সপোনবোৰৰ মাজতে
 আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা 
এতিয়াও অন্ত পৰা নাই ।
কেতিয়াবা ভাগৰি পৰো
নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে
এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই  কি লাভ
কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ
তথাপিও সেই সোঁৱৰণী বোৰেই  যেন 
আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।।
   
                             ✍️নিবিৰ

তুমি বিহীন মোৰ এই জীৱন আধা লিখা স্তৱক তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ কিদৰে জীয়াই আছোঁ মোক এবাৰ চাই যোৱাহি তুমি মোৰ বুকুত সিছি থৈ যোৱা সেই সেউজীয়া সপোনবোৰৰ মাজতে আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা এতিয়াও অন্ত পৰা নাই । কেতিয়াবা ভাগৰি পৰো নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই কি লাভ কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ তথাপিও সেই সোঁৱৰণী বোৰেই যেন আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।। ✍️নিবিৰ

#eidmubarak

People who shared love close

More like this

Trending Topic