সৌ পাহাৰটো দেখিছা..... সকলো পাহৰি হেৰাই যাবলৈ মন গ | বাংলা Life

"সৌ পাহাৰটো দেখিছা..... সকলো পাহৰি হেৰাই যাবলৈ মন গৈছে সেউজীয়াৰ বুকুত !! এই যেন হেৰাই যাম বুকুত এখন পাহাৰ লৈ দুয়ো দুয়োতে বিলীন হৈ....."

 সৌ পাহাৰটো দেখিছা.....
সকলো পাহৰি
হেৰাই যাবলৈ মন গৈছে 
সেউজীয়াৰ বুকুত !!

এই যেন হেৰাই যাম
বুকুত এখন পাহাৰ লৈ
দুয়ো দুয়োতে বিলীন হৈ.....

সৌ পাহাৰটো দেখিছা..... সকলো পাহৰি হেৰাই যাবলৈ মন গৈছে সেউজীয়াৰ বুকুত !! এই যেন হেৰাই যাম বুকুত এখন পাহাৰ লৈ দুয়ো দুয়োতে বিলীন হৈ.....

#poem

People who shared love close

More like this

Trending Topic