Some People feel the rain Others just get wet.

"Some People feel the rain Others just get wet. --- Bob Marley. বৰষুণ...বৰষুণ.... হেঁপাহৰ বৰষুণ..... যি আকাশত বিজুলী চমকে সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে বৰষুণৰ টোপাল বৰষুণ মোৰ প্ৰিয় শব্দ বৰষুণ মোৰ প্ৰিয় গান বৰষুণ মোৰ প্ৰিয় উৎসৱ বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী! বুকুৱে বুকুৱে বাজি উঠক বৰষুণৰ সুমধুৰ গান গুণগুণ...গুণগুণ..........!! @লক্ষ্মণ কুমাৰ"

 Some People feel the rain 
Others just get wet.
                          --- Bob Marley.
 
বৰষুণ...বৰষুণ....
হেঁপাহৰ বৰষুণ.....

যি আকাশত বিজুলী চমকে
সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে
বৰষুণৰ টোপাল

বৰষুণ মোৰ প্ৰিয় শব্দ
বৰষুণ মোৰ প্ৰিয় গান
বৰষুণ মোৰ প্ৰিয় উৎসৱ
বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী!

বুকুৱে বুকুৱে বাজি উঠক
বৰষুণৰ সুমধুৰ গান
গুণগুণ...গুণগুণ..........!!

                                                                               @লক্ষ্মণ কুমাৰ

Some People feel the rain Others just get wet. --- Bob Marley. বৰষুণ...বৰষুণ.... হেঁপাহৰ বৰষুণ..... যি আকাশত বিজুলী চমকে সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে বৰষুণৰ টোপাল বৰষুণ মোৰ প্ৰিয় শব্দ বৰষুণ মোৰ প্ৰিয় গান বৰষুণ মোৰ প্ৰিয় উৎসৱ বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী! বুকুৱে বুকুৱে বাজি উঠক বৰষুণৰ সুমধুৰ গান গুণগুণ...গুণগুণ..........!! @লক্ষ্মণ কুমাৰ

#rain

People who shared love close

More like this

Trending Topic