ক'ত পাবা সেই মনালিছা হাঁহি ক'ত পাবা সেই মনালিছা হ | বাংলা কবিতা

"ক'ত পাবা সেই মনালিছা হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি জীৱন নৈয়েদি উজাই গ'লেই দেখিবা কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি কিমান ঢৌৱে কঁপাই তোল এখন শান্ত শীতল বুকু! সময়ৰ আঁচল ধৰি ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও মুখত সেই একেই আৰ্টিফিচেল হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি দুখৰ দিনলিপি লিখি লিখিও যি ভাগৰি পৰা নাই সৰি পৰা নাই হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি তেওঁৰ মুখতেই বিচাৰি পাবা সেই মনালিছা হাঁহি"

 ক'ত পাবা সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি
জীৱন নৈয়েদি উজাই গ'লেই দেখিবা
কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি

কিমান ঢৌৱে কঁপাই তোল
এখন শান্ত শীতল বুকু!

সময়ৰ আঁচল ধৰি
ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও
মুখত সেই একেই আৰ্টিফিচেল হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি

দুখৰ দিনলিপি লিখি লিখিও 
যি ভাগৰি পৰা নাই
সৰি পৰা নাই 
হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি
তেওঁৰ মুখতেই বিচাৰি পাবা
সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি জীৱন নৈয়েদি উজাই গ'লেই দেখিবা কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি কিমান ঢৌৱে কঁপাই তোল এখন শান্ত শীতল বুকু! সময়ৰ আঁচল ধৰি ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও মুখত সেই একেই আৰ্টিফিচেল হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি দুখৰ দিনলিপি লিখি লিখিও যি ভাগৰি পৰা নাই সৰি পৰা নাই হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি তেওঁৰ মুখতেই বিচাৰি পাবা সেই মনালিছা হাঁহি

#কবিতা #poem

People who shared love close

More like this

Trending Topic