Priti priyam b.kashyap

Priti priyam b.kashyap

raho pe chal rahi hu kisi manjil ki khoj me khud ko parokh ke

  • Latest
  • Popular
  • Video

BHAL LOGA BUROR A NAAM HOITU BHAL PUA!! Bhal loga buror a naam hoitu bhal pua. Tumr hahit hahi bhal loga, Tmr humuniyah burt Moromere sai bhal loga, Tumr dusto uthor Shanto nasun burt o bisari pau moi Ati unmaad xopunr xikona. Tmr tirbirai thoka sokujuri Mur babe shantirsaneki, Bhal lge tmr sonsol hahir Madokota bur. Ai bhal loga bur a hoitu bhal pua. Xomoi probahor lgt Tumr xote boi jua habiakh bur Mur bhal lge. Stobir hoi pore Tmr saonir tibrotat, Njnu ki bhakhar Bhal loga aiya. Mur klanto monor Nibir nirobota bhangi Tumi boi aha Mur deuka hoi. Akangkhya mathu emanei Boi rua mur bhal loga buroxun jak hoi Aru ai boroxunjakor naam dim Moi "bhal pua"....... ©Priti priyam b.kashyap

#touch  BHAL LOGA BUROR A NAAM HOITU BHAL PUA!!

Bhal loga buror a naam hoitu bhal pua.
Tumr hahit hahi bhal loga,
Tmr humuniyah burt 
Moromere sai bhal loga,

Tumr dusto uthor
Shanto nasun burt o bisari pau moi 
Ati unmaad xopunr xikona.

Tmr tirbirai thoka sokujuri 
Mur babe shantirsaneki,
Bhal lge tmr sonsol hahir
Madokota bur.

Ai bhal loga bur a hoitu bhal pua.
Xomoi probahor lgt 
Tumr xote boi jua habiakh bur 
Mur bhal lge.

Stobir hoi pore 
Tmr saonir tibrotat,
Njnu ki bhakhar
Bhal loga  aiya.

Mur klanto monor 
Nibir nirobota bhangi 
Tumi boi aha
Mur deuka hoi.

Akangkhya mathu emanei
Boi rua mur bhal loga buroxun jak hoi 
Aru ai boroxunjakor  naam dim 
Moi "bhal pua".......

©Priti priyam b.kashyap

#touch

7 Love

অস্ত আকাশৰ সূৰুষক সুধিবা মোৰ প্ৰেমৰ পৰিধি কিমান? ৰঙীন ৰেণু আভাৰে বুজাব মোৰ ভাল পোৱাৰ উমান। সাতোৰঙী ৰামধেনুখনক ও সুধি চাবা , তোমাৰ প্ৰতি থকা অনুভূতিবোৰৰ পবিত্ৰতা কিমান? আপ্লুত কৰা ৰঙৰ মেলানিৰে বুজাব ইয়াৰ সৌন্দৰ্য্যতাৰ সমান। বাৰিষাৰ বৰষুণজাকৰ দৰে তুমি ও মোৰ বাবে প্ৰিয়। ফাগুনি পচোৱা জাকৰ দৰে ভাল লাগে তোমাৰ সান্নিধ্য। ভাগৰুৱা আত্মাৰ তুমি এটি মিচিকিয়া হাঁহি। নিৰিবিলি জোনাক নিশাৰ তুমি মোৰ সুখৰ জোনাকি। ভাল লগাৰ এটি পৰিভাষা তুমি। তুমি মোৰ সপোন ৰাগি।⁸ ©Priti priyam b.kashyap

#Red  অস্ত আকাশৰ সূৰুষক সুধিবা
মোৰ প্ৰেমৰ পৰিধি কিমান?
ৰঙীন ৰেণু আভাৰে বুজাব
মোৰ ভাল পোৱাৰ উমান।

সাতোৰঙী ৰামধেনুখনক ও সুধি চাবা ,
তোমাৰ প্ৰতি থকা অনুভূতিবোৰৰ পবিত্ৰতা কিমান?

আপ্লুত কৰা ৰঙৰ মেলানিৰে বুজাব
ইয়াৰ সৌন্দৰ্য্যতাৰ সমান।

বাৰিষাৰ বৰষুণজাকৰ দৰে
তুমি ও মোৰ বাবে প্ৰিয়।
ফাগুনি পচোৱা জাকৰ দৰে
ভাল লাগে তোমাৰ সান্নিধ্য।

ভাগৰুৱা আত্মাৰ 
তুমি এটি মিচিকিয়া হাঁহি।
নিৰিবিলি জোনাক নিশাৰ
তুমি মোৰ সুখৰ জোনাকি।

ভাল লগাৰ এটি পৰিভাষা তুমি।
তুমি মোৰ সপোন ৰাগি।⁸

©Priti priyam b.kashyap

#Red

0 Love

প্ৰেমৰ অভিধান।। ≈===================== তুমিতো নাজানা! তুমি মোৰ হাতে লিখা প্ৰেমৰ অভিধান খনি। মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি। ক্লান্ত দিনৰ অন্তত হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি। তোমাৰ বাবে হয়তো মুই আজিও অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী। হলেও তোমাক এবাৰ ক'ব খোজো....... "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ" ক'ব খোজো- তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক আকৌ এবাৰ ভাল পাবলৈ শিকো বুলি। "এটি নিয়ৰ সেমেকা পুৱাৰ প্ৰেমত একেলগে বিলিন হওঁ।" "মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি , এটি সপোনক ভাল পাবলৈ শিকো ব'লা" "এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো, কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।" "কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ একেলগে বুটলো ব'লা।" মোৰ বাবে এই প্ৰেম পৃথক আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও। বৰ বিশেষ নহয় , তুমি এটি পুৱাৰ সপোন মোৰ বাবে! যাৰ সার্থকতা হয়তো হয় ৰব এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ এটি অন্যতম অধ্যায়। -Preeti🥰 ©Priti priyam b.kashyap

 প্ৰেমৰ অভিধান।।
≈=====================

তুমিতো নাজানা!
            তুমি মোৰ হাতে লিখা
            প্ৰেমৰ অভিধান খনি।
 
মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি।

ক্লান্ত দিনৰ অন্তত
হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি।
তোমাৰ বাবে  হয়তো মুই আজিও
অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী।

হলেও তোমাক এবাৰ ক'ব খোজো.......
  "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ"

ক'ব খোজো-
    তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক 
    আকৌ এবাৰ ভাল  পাবলৈ শিকো বুলি।

"এটি নিয়ৰ সেমেকা পুৱাৰ 
প্ৰেমত একেলগে বিলিন হওঁ।"

"মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি ,
এটি সপোনক ভাল পাবলৈ শিকো ব'লা"

"এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো,
কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।"

"কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ
আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ 
একেলগে বুটলো ব'লা।"

    মোৰ বাবে এই প্ৰেম পৃথক
আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও।

   বৰ বিশেষ নহয় ,
তুমি এটি পুৱাৰ সপোন মোৰ বাবে!
 যাৰ সার্থকতা হয়তো হয় ৰব 
এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ  এটি অন্যতম অধ্যায়।

-Preeti🥰

©Priti priyam b.kashyap

প্ৰেমৰ অভিধান।। ≈===================== তুমিতো নাজানা! তুমি মোৰ হাতে লিখা প্ৰেমৰ অভিধান খনি। মোৰ বাবে প্ৰেমৰ মিঠা ফাগুন তুমি। ক্লান্ত দিনৰ অন্তত হিয়া কঁপাই যোৱা এচাতি মৃদূ বতাহ তুমি। তোমাৰ বাবে হয়তো মুই আজিও অপৰিচিত দুৰ্দান্ত প্ৰেমিকাজনী। হলেও তোমাক এবাৰ ক'ব খোজো....... "ব'লা না একেলগে এবাৰ প্ৰেমত পৰি চাওঁ" ক'ব খোজো- তোমাৰ সান্নিধ্যত আবেলিৰ বেলিটিক আকৌ এবাৰ ভাল পাবলৈ শিকো বুলি। "এটি নিয়ৰ সেমেকা পুৱাৰ প্ৰেমত একেলগে বিলিন হওঁ।" "মাতাল পৃথিৱীৰ শোকৰ সময়বোৰ পাহৰি , এটি সপোনক ভাল পাবলৈ শিকো ব'লা" "এই আত্মকেন্দ্ৰিক পৃথিৱীখনতো, কাৰোবাৰ হাঁহিৰ কাৰণ হওঁ ব'লা।" "কাৰোবাৰ আশীষ আৰু মৰমৰ টোপোলাৰ আত্মসন্তষ্টিৰ পাৰিজাত পাঁহ একেলগে বুটলো ব'লা।" মোৰ বাবে এই প্ৰেম পৃথক আৰু তোমাৰ বাবে থকা অনুভূতিবোৰও। বৰ বিশেষ নহয় , তুমি এটি পুৱাৰ সপোন মোৰ বাবে! যাৰ সার্থকতা হয়তো হয় ৰব এই প্রেয়সীৰ জীৱন তৃষ্ণাৰ এটি অন্যতম অধ্যায়। -Preeti🥰 ©Priti priyam b.kashyap

1 Love

Akhsar hum badalo se baate karta he Kuch tanhai wo baat lete he Aur Kuch tanhai hum Ek dusre ke gum ko hum Ek dusre ke dil me bhigo lete he Aksar hum badalo se bate karte he ©Priti priyam b.kashyap

 Akhsar hum badalo se baate karta he
Kuch tanhai wo baat lete he 
Aur Kuch tanhai hum 

Ek dusre ke gum ko hum
Ek dusre ke dil me bhigo lete he 
Aksar hum badalo se bate karte he

©Priti priyam b.kashyap

Akhsar hum badalo se baate karta he Kuch tanhai wo baat lete he Aur Kuch tanhai hum Ek dusre ke gum ko hum Ek dusre ke dil me bhigo lete he Aksar hum badalo se bate karte he ©Priti priyam b.kashyap

10 Love

স্তব্ধ হৈ যাবলৈ দিয়া না সময় বোৰ। অনুভৱবোৰ হৈ ৰওঁক দিয়া চিৰস্হায়ী। জোনাকী পৰুৱাই সজাই তোলা এই ৰংমেলাত , বিলীন হ'বলৈ দিয়া তোমাৰ চকুজুৰিত । নীৰৱ এই নিশাবোৰত উদয় হ'বলৈ দিয়া ভাল লগা বহু কথা ...... নিশব্দতাৰ বান্ধোন চিঙি আজি !!!!!!!!!!! আজি নাচিব দিয়া না মোৰ কবিতা বোৰক ...... নিৰিবিলি জোনাকৰ স্নিগ্ধ পৰশত ওমলিবলৈ দিয়া মোৰ অনুভৱবোৰ । তোমাৰ মোহিণীবাণৰ চাঁৱনীত বৰ বেয়াকৈ ডুবিছো হে !! ভিজাই ৰাখানা তোমাৰ ভাল লগা বৰষুণজাকত । জোনাকী পৰুৱাৰ চঞ্চলতাৰ নাচোনবোৰ চোৱা চোন, বিন্দাছ!! পৃথিৱীৰ অবিৰত যেন নাচিব শিকিছে । মোৰ মনৰ বাগিছাৰ মাজেৰে কি যে এজাক সৌৰভ-আভাৰ নাচোন । আহ কি যে এই আবেগ !! ভালপোৱা বোৰ এনেকৈ ৰৈ যাবলৈ দিয়া যুগযুগান্তৰ । প্ৰেমৰ চিঁয়াহীৰে লিখি ৰাখো বলা জিজ্ঞাসা বোৰ অনন্তকাললৈ......❤❤ ©Priti priyam b.kashyap

 স্তব্ধ হৈ যাবলৈ দিয়া না 
সময় বোৰ।
অনুভৱবোৰ হৈ ৰওঁক দিয়া
চিৰস্হায়ী।
জোনাকী পৰুৱাই সজাই তোলা 
এই ৰংমেলাত ,
বিলীন হ'বলৈ দিয়া তোমাৰ চকুজুৰিত ।

নীৰৱ এই নিশাবোৰত 
উদয় হ'বলৈ দিয়া ভাল লগা বহু 
কথা ...... 
নিশব্দতাৰ বান্ধোন  চিঙি
আজি !!!!!!!!!!! 
আজি নাচিব দিয়া না মোৰ কবিতা বোৰক ...... 
নিৰিবিলি জোনাকৰ স্নিগ্ধ পৰশত 
ওমলিবলৈ দিয়া মোৰ অনুভৱবোৰ ।
 
তোমাৰ মোহিণীবাণৰ চাঁৱনীত বৰ বেয়াকৈ ডুবিছো হে !!
ভিজাই ৰাখানা  তোমাৰ ভাল লগা 
বৰষুণজাকত ।

জোনাকী পৰুৱাৰ চঞ্চলতাৰ নাচোনবোৰ চোৱা চোন,
বিন্দাছ!! পৃথিৱীৰ অবিৰত যেন নাচিব শিকিছে ।

মোৰ মনৰ বাগিছাৰ মাজেৰে কি যে
এজাক সৌৰভ-আভাৰ নাচোন ।
আহ কি যে এই আবেগ !!
ভালপোৱা বোৰ এনেকৈ ৰৈ যাবলৈ দিয়া 
যুগযুগান্তৰ ।
প্ৰেমৰ চিঁয়াহীৰে লিখি ৰাখো বলা 
জিজ্ঞাসা বোৰ অনন্তকাললৈ......❤❤

6 Love

Trending Topic