Riki baishya

Riki baishya

Tezpurian riki

  • Latest
  • Popular
  • Video

ভাল লাগে তোমাৰ নাম, মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত ।

#tezpuriyan #axomiya #Deka #riki  ভাল লাগে তোমাৰ নাম,

মোৰ লগত ।

যেন কোনোবাটো ৰাতিপুৱা,

সাঙোৰ খায় থাকে,

এক ৰঙীন সন্ধিয়াৰ লগত ।
#tezpuriyan #axomiya #Deka #riki
#tezpuriyan #axomiya #Deka #riki

মনৰ কিতাপখনত মোৰ হৃদয়ৰ প্ৰেমেৰে লিখা অাছে মাথোঁ তোমাৰেই নাম মুছিব খুজিলেও মুছিব নোৱাৰিবা কিয়নো মোৰ প্ৰেমেই হল তেনেকুৱা.

#Quote  মনৰ কিতাপখনত মোৰ হৃদয়ৰ 
প্ৰেমেৰে লিখা অাছে 
মাথোঁ তোমাৰেই নাম

মুছিব খুজিলেও 
মুছিব নোৱাৰিবা 
কিয়নো মোৰ প্ৰেমেই হল তেনেকুৱা.

মনৰ কিতাপখনত মোৰ হৃদয়ৰ প্ৰেমেৰে লিখা অাছে মাথোঁ তোমাৰেই নাম মুছিব খুজিলেও মুছিব নোৱাৰিবা কিয়নো মোৰ প্ৰেমেই হল তেনেকুৱা.

3 Love

#tezpuriyan #axomiya #Deka #riki

New shyri

39 View

Trending Topic