Shree B

Shree B

Assamese girl😎 Writing❤

  • Latest
  • Popular
  • Repost
  • Video
#SADFLUTE

#SADFLUTE

54 View

#SADFLUTE #assames

#SADFLUTE #assames # অসমীয়া

411 View

#অসমীয়া #longdistance  কথা-আবৃত্তি
=
জয়শ্ৰী ভূঞা

तुने मुझैं काहा फाछा दिया! ना तुझें छोङ चाकती हूँ! ना तुझे दिल में राख चाकती हूँ! और ना तेरे बिना अब मैं जि चाकती हूँ!?

#हिन्दी #Hindi #Try  तुने मुझैं काहा फाछा दिया!
ना तुझें छोङ चाकती हूँ!
ना तुझे दिल में राख चाकती हूँ!
और ना तेरे बिना अब मैं जि चाकती हूँ!?
#Assamese #propose #thought

মোৰ অঞ্জন বোলোৱা দুনয়ন দেখিলে তেওঁ হেনো লাজত ৰঙা পৰে! মোৰ কেশৰৰ সুগোন্ধত তেওঁ হেনো হাউলী পৰে! মোৰ হাঁহি মোকোৰা দেখা পালে তেওঁ হেনো পৃথিৱীও পাহৰিব পাৰে! আৰু,যেতিয়া তেওঁ মোলৈ থৰ হৈ চাই মিচিকিয়াই থাকে! তেওঁৰ চকুত চকু পৰি মোৰ কলিজাটুকুৰ এফাল খহি পৰে।। ✍️জয়শ্ৰী ভূঞা

 মোৰ অঞ্জন বোলোৱা দুনয়ন দেখিলে 
তেওঁ হেনো লাজত ৰঙা পৰে!
মোৰ কেশৰৰ সুগোন্ধত 
তেওঁ হেনো হাউলী পৰে!
মোৰ হাঁহি মোকোৰা দেখা পালে 
তেওঁ হেনো পৃথিৱীও পাহৰিব পাৰে!
আৰু,যেতিয়া 
তেওঁ মোলৈ থৰ হৈ চাই মিচিকিয়াই থাকে!
তেওঁৰ চকুত চকু পৰি মোৰ কলিজাটুকুৰ 
এফাল খহি পৰে।।

✍️জয়শ্ৰী ভূঞা

# assamese

4 Love

Trending Topic